Show/Hide Keyboard Layout

নয়নৰ চকুলো লৈ

- বিষ্ণুপ্ৰসাদ ৰাভা

নয়নৰ চকুলো লৈ

চোৱা কিয় মুখলৈ

কৰুণ অৰুণ আঁখি

বিষাদ পাহিৰে ঢাকি

আছা কিয় তাতে ৰৈ ?

ডকা চাকনৈয়া আনি

নিশাৰে কালিমা সানি

নোবোৱাবা লোৰ নৈ ।।

Hits: 3217